Home Educational Institutions in India Educational Institutions in Assam কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়

কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়

0

scientiaeducare1

কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়

 

কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয় (ইংৰাজী: Keshab Chandra Das Commerce College)কামৰূপ (মহানগৰ) জিলাৰ এখন অন্যতম পুৰণি মহাবিদ্যালয়। গুৱাহাটী মহানগৰীৰ আঠগাওঁ অঞ্চলৰ ছাত্ৰীবাৰীত বাণিজ্য মহাবিদ্যালয়খন অৱস্থিত। যশস্বী শিক্ষাবিদ কেশৱ চন্দ্ৰ দাসৰ পুত্ৰ ৰমেশ চন্দ্ৰ চৌধুৰীৰ আৰ্থিক সাহাৰ্যৰে শিক্ষাবিদগৰাকীৰ সোঁৱৰণত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খনক ২০০৬ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council) বা চমুকৈ NAAC-এ B+ গ্ৰেড প্ৰদান কৰে।ইংৰাজী ভাষাত মূলমন্ত্ৰ Wisdom is Sublime,স্থাপিত ৭ নৱেম্বৰ, ১৯৮৩,অধ্যক্ষ ড° ঘনশ্যাম নাথ,শৈক্ষিক কৰ্মচাৰী ৬৫ শিক্ষাৰ্থী ২৮০০,স্থান গুৱাহাটী, অসম, ভাৰত,স্থানীয় নাম কে চি দাস কমাৰ্চ কলেজ,ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়।

পাঠ্যক্ৰমসমূহ
বাণিজ্যৰ উচ্চতৰ মাধ্যমিক
বাণিজ্যৰ স্নাতক
একাউন্টেঞ্চী
মেনেজমেন্ট
ফাইনেঞ্চ
বেংকিং
ই-কমাৰ্চ
বাণিজ্যৰ স্নাতকোত্তৰ
ব্যৱসায় পৰিচালনাৰ স্নাতক (BBA)
কম্পিউটাৰ ব্যৱহাৰৰ স্নাতক (BCA)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱৰ্ত্তী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত কলা আৰু বাণিজ্যৰ স্নাতক

For more details Please!Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….

error: Content is protected !!
Exit mobile version