Home assam education গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়

2498
0

scientia

গুৱাহাটী বিশ্ববিদ্যালয়

বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলত অৱস্থিত৷আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে’ল ষ্টেশ্বনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অৱস্থিত৷ বৰ্তমান সমগ্ৰ অঞ্চলটোক গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়৷

বিশ্ববিদ্যালয়ৰ পৰিসীমাৰ ভিতৰত ৩০০০ হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব পৰা আৱাসসমূহৰ লগতে শিক্ষক-কৰ্মচাৰীৰ আৱাসসমূহো আছে৷বিশ্ববিদ্যালয়খনৰ মূলমন্ত্ৰ Vidyayā Sādhayet,স্থাপিত ১৯৪৮,ধৰণ ৰাজহুৱা,আচাৰ্য অসমৰ ৰাজ্যপাল,উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা,স্থান গুৱাহাটী, অসম, ভাৰত

বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ:

কলা:

অসমীয়া বিভাগ
অৰ্থনীতি বিভাগ
শিক্ষাতত্ত্ব বিভাগ
ইংৰাজী বিভাগ
বুৰঞ্জী বিভাগ
ৰাজনীতি-বিজ্ঞান বিভাগ
সমাজতত্ত্ব বিভাগ
আৰৱিক বিভাগ
বাংলা বিভাগ
বড়ো বিভাগ
ইংৰাজী ভাষা শিক্ষণ বিভাগ
বিদেশী ভাষা বিভাগ
হিন্দী বিভাগ
ভাষাতত্ত্ব বিভাগ
গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগ
আধুনিক ভাৰতীয় ভাষা বিভাগ
পাৰ্চি বিভাগ
দৰ্শন বিভাগ
মনোবিজ্ঞান বিভাগ
সংস্কৃত বিভাগ
সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ

বিজ্ঞান বিভাগ:

ৰসায়ন-বিজ্ঞান বিভাগ
জীৱ-বিজ্ঞান বিভাগ
গণিত বিভাগ
পেট্ৰলিয়াম প্ৰযুক্তিবিদ্যা বিভাগ
ভেষজ বিজ্ঞান বিভাগ
পদাৰ্থ-বিজ্ঞান বিভাগ
পৰিসংখ্যা বিভাগ
পৰিকলন অধ্যয়ন কেন্দ্ৰ
ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ
জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
ভূগোল অধ্যয়ন কেন্দ্ৰ
নৃতত্ত্ব বিভাগ
কম্পিউটাৰ বিজ্ঞান বিভাগ
লোকসংস্কৃতি

Department of Electronics and Communication Technology.

For more details Please!  Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….